Posted inঅসম

তিনিটা বছৰৰ ৰাজ্যসভাত ৰঞ্জন গগৈৰ এক অদ্ভূত অভিলেখ

নিউজ ডেস্কঃ ৰাজ্যসভালৈ মনোনীত হোৱা ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে গঢ়িলে এক অদ্ভুত অভিলেখ। ২০২০ বৰ্ষৰ মাৰ্চ মাহত ৰাজ্যসভালৈ মনোনীত হোৱা গগৈয়ে বিগত তিনিটা বছৰত সদনত মাত্ৰ বৰ্তমান লৈকে ২৯ শতাংশে উপস্থিত আছে। যিটো ৰাজ্যসভাৰ সকলো সাংসদ সদস্যৰ তুলনাত একেবাৰে কম। সদনৰ উপস্থিতৰ তখা বাদ দিলেও প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকীয়ে তিনিবছৰত সদনৰ আঠটা অধিৱেশনত […]