Posted inমুখ্যপৃষ্ঠা

ৰঞ্জন গগৈৰ বিৰুদ্ধে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ চাঞ্চল্যকৰ অভিযোগ

নিউজ ডেস্ক: উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ গুৰুতৰ অভিযোগ। গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সময়ত সংঘটিত হোৱা বৃহৎ কেলেংকাৰিৰ তদন্ত কৰাৰ ক্ষেত্ৰত বাধা প্ৰদানৰ অভিযোগ আনিছে প্ৰাক্তন সমন্বয়ক গৰাকীয়ে। হিতেশ দেৱ শৰ্মাই অভিযোগ কৰা মতে তেওঁক এন আৰ চিৰ সমন্বয়কৰ দায়িত্ব দিয়াৰ সময়তো গগৈয়ে […]