Posted inNews

১৩ জুলাইত ৰাজ্যৰ তিনি লাখ লোকৰ প্ৰধানমন্ত্ৰী ‘আৱাস গৃহ’ প্ৰৱেশ

নিউজ ডেস্ক: গৃহ প্ৰৱেশৰ বাবে অহা ১৩ জুলাইত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে । প্রধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত ৰাজ্যখনত নিৰ্মাণ হোৱা গৃহত একেলগে ৩ লাখতকৈ অধিক লোক প্ৰৱেশ কৰিবলৈ সাজু হৈছে। এক সংবাদমেলযোগে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে, গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত […]