Posted inক্ৰীড়া

ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবেই বাতিল কৰিলে ৰঞ্জী ট্ৰফীৰ মেছ

দেশত ক’ভিডৰ সংক্ৰমণৰ হাৰ দিনক দিনে বৃদ্ধি পোৱালৈ চাই বি চি চি আইয়ে স্থগিত ৰাখিলে ৰঞ্জী ট্ৰফীৰ মেছ । ইতিমধ্যে ঘোষণা কৰা সূচী অনুসৰি ১৩ জানুৱাৰীৰ পৰা প্ৰতিযোগিতা খন আৰম্ভ হ’বলগীয়া আছিল। কোৰোনাৰ বৰ্ধিত সংক্ৰমণৰ বাবেই ইয়াক বাতিল কৰা হৈছে বুলি বি চি চি আইৰ সচিব জয় শ্বাহে এক বিবৃতি যোগে জানিবলৈ দিয়ে। বিবৃতিটোত উল্লেখ […]