Posted inNews

ৰঞ্জিত বৰা হত্যাকাণ্ড: আৰক্ষীৰ জালত আন এজন অভিযুক্ত

পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড শ্বাহ আলম তালুকদাৰৰ এনকাউন্টাৰৰ পিছতেই এইবাৰ মহানগৰ আৰক্ষীৰ জালত পৰিল দলটোৰ আন এজন অন্যতম অভিযুক্ত। ত্যাকাণ্ডত জড়িত লোকজন হৰেণ পাটগিৰি বুলি জানিব পৰা গৈছে। কেৱল ৰঞ্জিত বৰা হত্যাকাণ্ডই নহয় ৰাজ্যখনৰ কেইবাটাও ডকাইতি কাণ্ডৰ সৈতেও জড়িত আছিল হৰেণ পাটগিৰি। মুকালমুৱাৰ ডকাইতি কাণ্ডৰো অন্যতম অভিযুক্ত হৰেণ পাটগিৰি । শনিবাৰে মহানগৰীৰ […]