অসম চৰকাৰৰ ১ লাখ চৰকাৰী চাকৰিক বৃহৎ ঘোষণাৰ পিছত এতিয়া তৎপৰ হৈ পৰিছে অসমৰ প্ৰত্যেকটো বিভাগ। আজি সংবাদমেলযোগে অসম চৰকাৰৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰে নিজৰ বিভাগত থকা খালি পদৰ সংখ্যা। পাঞ্জাবাৰীত থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত মন্ত্ৰী গৰাকীয়ে জনাই,গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগত এই পৰ্যন্ত খালি আছে […]