Posted inঅসম

শ্বেৰমান আলীৰ বিৰুদ্ধে কটু ভাষাৰে সমালোচনা বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ

নিউজ ডেস্কঃ” কংগ্ৰেছ দল মিঞাৰ দলত পৰিণত হৈছে । কেৱল মিঞাৰ তোষামোদ কৰা, মিঞাক ৰক্ষণাবেক্ষণ দিয়া , মিঞাৰ বাবে কাম কৰাৰ বাদে কংগ্ৰেছ দলে আন একো কাম নকৰে। আমাৰ জাতীয় নায়ক সকলক অসন্মান কৰি অসমীয়াৰ স্বাভিমান-গৌৰৱক নষ্ট কৰিবলৈ কংগ্ৰেছী গুণ্ডা সকলে প্ৰয়াস কৰে। অসমৰ জনসাধাৰণে কংগ্ৰেছ দলক সেই কাৰণে বৰ চোতালৰ পৰা আঁতৰাই দিছে।” এই […]