নিউজ ডেস্ক: শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে বুধবাৰে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে পৰৱৰ্তী দুবছৰৰ বাবে কোনো টেট পৰীক্ষা অনুষ্ঠিত নকৰে। সংবাদ মাধ্যমৰ জৰিয়তে পেগুৱে কয় যে যদি ৰাজ্যৰ বিদ্যালয়সমূহত শিক্ষকৰ প্ৰয়োজন হয়, তেন্তে কেন্দ্ৰীয় টেট পৰীক্ষাৰ ফলাফলৰ আধাৰত শিক্ষক বাছনি কৰা হ’ব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কেন্দ্ৰই অনুষ্ঠিত কৰা CTET পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক নিযুক্তি […]