Posted inমনোৰঞ্জন

ছ’চিয়েল মিডিয়াত ভাইৰেল অভিনেতা ৰণবীৰ সিঙৰ নতুন হেয়াৰ ষ্টাইল

নিউজ ডেস্কঃ  ব্যতিক্রমী ষ্টাইলৰ বাবে অভিনেতা ৰণবীৰ সিং যুৱপ্ৰজন্মৰ মাজত প্ৰায়েই জনপ্ৰিয়। এইবাৰ আকৌ ৰণবীৰ সিং তেওঁৰ হেয়াৰ ষ্টাইলৰ বাবেই চৰ্চিত হৈছে। ৰণবীৰ সিঙক দুডাল পনিটেইলত দেখা গৈছে। ইতিমধ্যে এই ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। এই দৃশ্য হায়দৰাবাদৰ এয়াৰপ’ৰ্টৰ । বিনা চাৰ্টত কলা ৰঙৰ কোটৰ সৈতে মূৰত দুডালকৈ পনিটেইলত অভিনেতাগৰাকীক দেখা গৈছে। মুখত […]