শিলচৰ: কাছাৰৰ বৰখোলা আৰক্ষী থানাৰ অন্তৰ্গত মইনাগড়ত সোমবাৰে নিশা নিজৰ ১৭ বছৰীয়া প্ৰেমিকাক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত মঙলবাৰে ২৭ বছৰীয়া এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়। ধৃত সঞ্জয় তেলী নামৰ যুৱকজনক বুধবাৰে আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি,মঙলবাৰে ছোৱালীজনীৰ পৰিয়ালে সঞ্জয়ৰ বিৰুদ্ধে বৰখোলা থানাত এজাহাৰ দাখিল কৰে। অভিযোগ অনুসৰি […]