Posted inঅসম

সোণাৰিৰ টাওকাক চাহ বাগিচাৰ নিৰ্যাতিত কিশোৰীক উচিত ন্যায় প্ৰদান কৰাৰ দাবী

সোণাৰিঃ সোণাৰিৰ টাওকাক চাহ বাগিচাৰ এটি শ্ৰমিক পৰিয়ালৰ এগৰাকী কিশোৰীক বাগিচা খনৰ সহকাৰী পৰিচালক পংকজ হাতীবৰুৱাই যৌন নিৰ্যাতন চলায় অন্তসত্বা কৰাৰ খবৰ পোহৰলৈ অহাৰ পাছতে দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত আহি উপস্থিত হয় অসম জাতীয় পৰিষদৰ নেতা গৌতম হাতীমূৰীয়া। সহকাৰী পৰিচালক পংকজ হাতীবৰুৱাই নিজৰ বাংলোত বনকৰা কিশোৰীক যৌন নিৰ্যাতন চলায় অন্তসত্ত্বা কৰাৰ খবৰ পোহৰলৈ অহাৰ পিছত বৃহস্পতিবাৰে […]