Posted inদেশ-বিদেশ

দেশৰ ৰাজধানীত নিষিদ্ধ হ’ল অ’লা, উবেৰ আৰু ৰেপিড’ৰ বাইক সেৱা

নিউজ ডেস্কঃ দিল্লীৰ চৰকাৰে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিষিদ্ধ কৰিলে অ’লা, উবেৰ আৰু ৰেপিড’ৰ বাইক সেৱা। দিল্লীৰ পৰিবহণ বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, অ’লা, উবেৰ, ৰেপিড’ৰ দুচকীয়া বাহনবোৰ ব্যক্তিগত পঞ্জীয়ন নম্বৰে সেৱা আগবঢ়াই আহিছে। যিটো ‘যান-বাহন আইন, ১৯৮৮ ৰ নিয়ম উলংঘা কৰা হৈছে। অ’লা, উবেৰ আৰু ৰেপিড’ত কোনো ব্যক্তিয়ে গাড়ী মাধ্যমেৰে সেৱা আগবঢ়াব বিচাৰিলে ট্রান্সপ’ৰ্ট পঞ্জীয়ন […]