Posted inঅসম

ভয়ংকৰ ভূমি কেলেংকাৰিত সাঙুৰ খাইছে মুখ্য মন্ত্ৰীৰ পত্নী, পুত্ৰৰ নাম

নিউজ ডেস্ক : এক বৃহৎ ভূমি কেলেংকাৰিত সাঙুৰ খাই পৰিছে অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পুত্ৰৰ নাম। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দ্যা ৱায়াৰ আৰু দ্যা ক্ৰছকাৰেণ্টৰ যৌথ অনুসন্ধানত পোহৰলৈ আহিছে এই ভূমি কেলেংকাৰিৰ তথ্য। সংবাদ প্ৰতিষ্ঠান দুটাৰ প্ৰতিবেদনত প্ৰকাশ পোৱাৰ মতে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞাই প্ৰতিষ্ঠা কৰা আৰ বি […]