Posted inক্ৰীড়া

আফগান লেগ স্পীনাৰ ৰাশ্বিদ খানৰ অভিলেখ

নিউজ ডেস্ক:আবু ধাবিত অনুষ্ঠিত হোৱা জিম্বাব’ৱে আৰু আফগানিস্তানৰ মাজত হোৱা দ্বিতীয় টেষ্টত জয়েৰে আফগানিস্তানে জিম্বাব’ৱেৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত সমতা স্থাপন কৰিবলৈ সক্ষম হৈছে৷ আবু ধাবিত দেওবাৰে সামৰণি পৰা মেচখনত আফগানিস্তানে ৬ উইকেটত জয়লাভ কৰে ৷ এই টেষ্টখনত আফগানিস্তানৰ তাৰকা লেগ স্পিনাৰ ৰশ্বিদ খানে বৰ্তমান শতিকাত এখন টেষ্টত সর্বাধিক অ’ভাৰ বলিং কৰাৰ অভিলেখ সৃষ্টি […]