Posted inদেশ-বিদেশ

জামিন লাভ কৰিলে আৰ জে দি নেতা লালু প্ৰসাদ যাদবে

অৱশেষত ডুমকা ট্ৰেজাৰীৰ গোচৰত জামিন পালে লালু প্ৰসাদ যাদৱে। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰ জে ডিৰ নেতাগৰাকীয়ে পশু খাদ্য কেলেংকাৰিত কাৰাবাস খাটি আছে।দীৰ্ঘদিনৰ অন্তত আজি জামিন পালে লালু প্ৰসাদ যাদৱে। পশু খাদ্য কেলেংকাৰিত ডুমকা ট্ৰেজাৰীৰ পৰা ৩.৫০ কোটি টকা উলিওৱা গোচৰত আজি জামিন প্ৰদান কৰা হয়। ইতিপূৰ্বে পশু খাদ্য কেলেংকাৰিৰ অন্য তিনিটা গোচৰৰ জামিন লাভ […]