Posted inঅসম

ভাল খবৰ! এতিয়াৰ পৰা নিজেই ঘৰতে কৰিব পাৰিব ক’ভিডৰ পৰীক্ষা

এতিয়াৰ পৰা ঘৰতে কৰিব পাৰিব ক’ভিডৰ পৰীক্ষা। মহাৰাষ্ট্ৰৰ পুনেস্থিত এটা প্ৰতিষ্ঠানে ক’ভিড টেষ্টিঙৰ বাবে ভাৰতৰ প্ৰথমটো ছেল্ফ-য়ুজ ৰেপিড এণ্টিজেন টেষ্ট (RAT) কিট প্ৰস্তুত কৰি তুলিছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR)-এউক্ত কিটটো বজাৰত মুকলি কৰিবলৈ অনুমতি দিছে। কিটটোৰ মূল্য প্ৰতি পেটেকত ২৫০ টকা। পুনেৰ Mylab Discovery Solutions নামৰ প্ৰতিষ্ঠানটোৱে এই কিটটো প্ৰস্তুত কৰিছে। উক্ত কিটটো ব্যৱহাৰ […]