নিউজ ডেস্কঃ প্ৰতিপক্ষৰ চতুৰালিৰ আগত হাৰি নামানি ত্যাগ, ধৈৰ্য্য আৰু বুদ্ধিমত্তাৰ বাবে ফাইনেলত প্ৰৱেশ কৰি ৰূপৰ পদক অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে ভাৰতীয় মল্লযোদ্ধা ৰবি কুমাৰ দহিয়াই। অশেষ কষ্টৰে কাজাখিস্তানৰ প্ৰতিদ্বন্দী নুৰইছলামক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল ৰবি দহিয়াই। আজি সমগ্ৰ পৃথিৱীয়ে ৰৱি দহিয়াৰ সহ্য আৰু সাহসীকতাক সন্মান জনাইছে। ছেমি ফাইনেল খেলখনত কাজাখস্তানৰ খেলুৱৈজনে […]