নিউজ ডেস্কঃ অসমীয়া ছবি প্ৰেমী তথা ৰবি শৰ্মাৰ অনুৰাগীৰ বাবে ভাল খবৰ। আজিৰে পৰা ছবিগৃহত মুকলি কৰা হ’ব জয়প্ৰিয় অভিনেতা ৰবি শৰ্মাৰ অভিনীত অসমীয়া ছবি শ্ৰী ৰঘুপতি। ছবিখন মুক্তিৰ আগদিনা অৰ্থাৎ ১ জুন কামৰূপ নিম্ন আদালতে অনিদিষ্ট কাললৈ বন্ধ কৰি দিছিল ছবিখনৰ প্ৰদৰ্শনত। ইয়াৰ পিছতেই ছবিখনৰ প্ৰযোজক শৈলন শৰ্মা দৰাস্থ হয় উচ্চ ন্যায়লত। ইয়াৰ পিছতেই […]