নিউজ ডেস্কঃ নাগপুৰত অনুষ্ঠিত হৈ থকা ব’ডাৰ গাভাস্কাৰ ট্ৰফীত ভাৰতীয় স্পীনাৰ জাদেজাৰ বিৰুদ্ধে উত্থাপন হৈছে বল টেম্পাৰিঙ কৰাৰ অভিযোগ। বিশ্বৰ ক্ৰিকেট প্ৰেমীৰ মাজত এতিয়া এই খবৰে তোলপাৰ লগোৱা দেখা গৈছে। ব’ডাৰ গাভাস্কাৰ ট্ৰফীৰ প্ৰথমটো টেষ্ট শৃংখলাৰ প্ৰথম ইনিংছত জাদেজাই ৫ টা উকেইট দখল কৰিবলৈ সক্ষম হয়। যাৰ বাৰে অষ্ট্ৰেলিয়াৰ কেংগাৰু বাহিনী ১৭৭ ৰানতে প্ৰথম ইনিংছ […]