Posted inNews

১৯ শতাংশলৈ বৃদ্ধি ৰাছিয়াৰ পৰা আমদানিকৃতি খাৰুৱা তেলৰ পৰিমাণ

নিউজ ডেস্কঃ ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধৰ বাবে বিশ্বৰ প্ৰায়বোৰ দেশে এতিয়া ৰাছিয়াৰ পৰা কোনো ধৰণৰ খাৰুৱা তেল ক্ৰয় কৰা নাই। কিন্তু তাৰ মাজতেই ভাৰতৰ বন্ধু ৰাষ্ট্ৰ ৰাছিয়াৰ আমদানি কৰি আহিছে বৃহৎ পৰিমাণৰ তেল। শেহতীয়া ভাৱে ভাৰতীয় ৰিজাৰ্ভ বেংকে জনোৱা অনুসৰি, ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতে ৰাছিয়াৰ পৰা আমদানি কৰা খেৰুৱা তেলৰ পৰিমাণ ১৯ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। […]