Posted inউত্তৰ-পূৱ

নাগালেণ্ডৰ চাৰিটা ভোটকেন্দ্রত আজি পুনৰ ভোটগ্রহণ

নিউজ ডেস্কঃ নাগালেণ্ডৰ চাৰিটা ভোটকেন্দ্ৰত পুনৰ আজি ভোটগ্ৰহণ কৰা হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি ৪ বজাত অন্ত পৰিব। ভোটগ্ৰহণ কেন্দ্ৰ কেইটা হৈছে ৩৫- জুনহেবোটো ৯- নিউ কলনি, ৩৯- ছেনিছ ৯- পংটি ভি, ৪১- টিজিট আৰু ৭-জবোকা গাঁও ৫৭- থোনোকন্যু ৩- পাঠছু পূব ৱইং। উল্লেখযোগ্য যে, সোমবাৰে ৰাজ্যখনত ভোটগ্ৰহণৰ দিনৰ দিনা […]