Posted inNews, অসম

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডাঞ্চৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

টীয়ক, স্মৃতি প্ৰিয়া লাহন: অসমবাসীৰ লগতে টীয়কবাসীৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে এগৰাকী কণমানিয়ে। টীয়ক নগৰৰ মাজমজিয়াৰ ৮ বছৰীয়া চাহিন আহমেদে ৰাষ্ট্ৰীয় টেলিভিছন চেনেল কালাৰ্চ (Colours)ৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ডাঞ্চ দিৱানে জুনিয়ৰচত (Dance Deewane juniors) অংশগ্ৰহণ কৰি ইতিমধ্যে শীৰ্ষ ১৫ নম্বৰ স্থানত উপনীত হৈছে। চাহিনে যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা টীয়কৰ নাম জিলিকাই তুলিব পাৰে […]