প্ৰশাসনৰ হাতুৰীৰ কোব মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত গুৱাহাটী মহানগৰীক সজাই পৰাই কৰা হ’ব স্মাৰ্ট চিটি। যাৰ বাবেই নিৰ্মাণ কৰি থকা হৈছে মহানগৰীৰৰ প্ৰান্তে প্ৰান্তে উৰণীয়া সেতু, আকাশচুম্বী অট্টালিকা। পুনৰ নিৰ্মাণ কৰা হৈছে বিভিন্ন চৰকাৰী কাৰ্যালয়। প্ৰশাসনৰ হাতুৰীৰ কোব পৰিছে মহানগৰীৰ কলা সংস্কৃতিৰ কেন্দ্ৰবিন্দুস্বৰূপ ৰবীন্দ্ৰ ভৱনতো। ৰবীন্দ্ৰ ভৱনৰ পুনৰ নিৰ্মাণ কাৰ্য বহু পূৰ্বেই আৰম্ভ হৈছিল যদিও বৰ্তমান […]