Posted inঅসম

মুখৰ তৃপ্তি: ঘৰতে বনাওক এই চাৰিবিধ ডেলিচিয়াছ মিঠাই

নিউজ ডেস্ক : মিঠাই খাই ভাল নোপোৱা মানুহ হয়তো খুব কমহে ওলাব। দোকানত বিভিন্ন মিঠাই দেখি আমাৰ লোভ লাগে যদিও স্বাস্থ্যৰ খাতিৰত বা কেতিয়াবা দাম বেছি হোৱাৰ বাবে আমি কিনাৰ পৰা বিৰত থাকো। অৱশ্যে দোকানলৈ নোজোৱাকৈ নিজৰ ঘৰতে আমি অতি সহজে বিভিন্ন সুস্বাদু মিঠাই বনাব পাৰো। মাখন মিশ্ৰী এইবিধ মিঠাই মাখনেৰে তৈয়াৰ কৰা হয়। ইয়াৰ […]