Posted inঅসম

ৰেডক্ৰছ, অসম ৰাজ্যিক শাখালৈ অত্যাধুনিক এম্বুলেঞ্চ প্ৰদান

গুৱাহাটীঃ অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ইণ্ডিয়ান ৰেডক্ৰছ চ’ছাইটিৰ অসম ৰাজ্যিক শাখালৈ এখন অতি অত্যাধুনিক এম্বুলেঞ্চ চ’ছাইটিৰ বিষয়ববীয়াৰ হাতত অৰ্পণ কৰে। এয়াৰবাচ আৰু সমৰ্থনম ট্ৰাষ্ট ফৰ দি ডিচেবুলড, বাঙ্গালুৰু নামৰ এনজিঅ’টোৱে দান কৰা আৰু ইণ্ডিয়ান ৰেডক্ৰছ চ’ছাইটি ৰাষ্ট্ৰীয় মুখ্যালয় নতুন দিল্লী আৰু ইণ্টাৰনেচনেল ফেডাৰছন অফ ৰেডক্ৰছৰ সহায়ত এই এম্বুলেঞ্চখন দান কৰা হয়। পিছত ইণ্ডিয়ান ৰেডক্ৰছ চ’ছাইটি […]