Posted inNews

অ’লাই গ্ৰাহকক ঘূৰাই দিব ১৩০ কোটি টকা

নিউজ ডেস্ক: আপুনি অ’লা ইলেক্ট্ৰিক বাহন কিনিছিল নেকি? যদি কিনিছিল তেতিয়া হ’লে অ’লা প্ৰতিষ্ঠানটোৱে আপোনাক ঘূৰাই দিব কিছু পৰিমাণৰ টকা। বৈদ্যুতিক বাহন নির্মাতা প্রতিষ্ঠান অ’লাই গ্ৰাহকক ১৩০ কোটি টকা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে। শেহতীয়া ভাৱে কেন্দ্ৰীয় চৰকাৰে ‘ফেম-২’ আঁচনিৰ অধীনত জালিয়াতিৰে ৰাজসাহায্য দাবী কৰাৰ অভিযোগ টো সত্য প্ৰমাণিত হোৱাৰ পিছেতই অ’লাই এইদৰে ঘোষণা কৰিছে। অভিযোগ […]