গুৱাহাটী : আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছত্ৰী সকলৰ প্ৰতিবাদ। বিজেপি নেত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই অতি শীঘ্ৰে ক্ষমা খোজাৰ দাবী প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলৰ। আঙুৰলতাৰ মন্তব্যক তীব্ৰ গৰিহণা। বুধবাৰে গুৱাহাটীৰ ভঙাগড়স্থিত আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে এই প্ৰতিবাদ সাব্যস্ত কৰে। দন্ত চিকিৎসক […]