Posted inঅসম

প্ৰতিশ্ৰুতিমতে কাম কৰি দেখুৱালে ৰেকিবুদ্দিন আহমেদে

ছায়গাঁও : প্ৰতিশ্ৰুতিমতে কাম কৰি দেখুৱালে ৰেকিবুদ্দিন আহমেদে৷ অবশেষত কথা দিয়াৰ কম দিনৰ ভিতৰতে ছয়গাঁৱত এম্বুলেন্স প্ৰদান কৰিলে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে৷ শনিবাৰে গান্ধীজীৰ পবিত্ৰ জন্মদিনত ছয়গাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত বিধায়ক গৰাকীয়ে প্ৰদান কৰিলে এখন এম্বুলেন্স৷ বিধায়ক উন্নয়ন পুঁজিৰ ধনেৰে আবণ্টিত তথা সম্পূৰ্ণ বাতানুকুল এম্বুলেন্সখন শনিবাৰে চিকিৎসালয়খনত অনুস্থিত এক অনুষ্ঠানত বিধায়ক গৰাকীয়ে মহকুমা স্বাস্থ্য […]