Posted inঅসম

বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক হীৰেন নাথলৈ ৰাষ্ট্ৰপতিৰ পুলিচ পদক

আৰক্ষী বাহিনীত আগবঢ়োৱা সেৱাৰ বাবে ৭২ সংখ্যক গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকেৰে বিভূষিত কৰা হ’ব ADGP হীৰেন চন্দ্ৰ নাথক। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতিত হীৰেন নাথৰ লগতে অসম আৰক্ষীৰ অন্য ১৩গৰাকী আৰক্ষী বিষয়া-জোৱানক প্ৰদান কৰা হব আৰক্ষী পদকেৰে। সেইসকলৰ ভিতৰত আছে , কমাণ্ডেণ্ট হৰেণ টকবী, পৰিদৰ্শক উমেশ উদ্দিন, উপপৰিদৰ্শক, নুৰুল ইছলাম, উপপৰিদৰ্শক অচ্যুৎ দত্ত, হাবিলদাৰ […]