Posted inNews

২০২৪ ত কেৱল মহিলাৰে হ’ব গণৰাজ্য দিৱসৰ পেৰেড

নিউজ ডেস্ক: প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জাননী জাৰী কৰিছে যে অহা বছৰ গণৰাজ্য দিৱসৰ পেৰেডত কেৱল মহিলা বেণ্ডহে থাকিব। কতৰ্ব্য পথত অনুষ্ঠিত হবলগীয়া কুচকাৱাজত কেৱল মহিলা বাহিনীসমূহৰ অংশগ্ৰহনৰ প্ৰস্তাৱ এটা কৰ্তৃপক্ষসমূহে বিবেচনা কৰি আছে। এই সন্দৰ্ভত প্ৰতিৰক্ষা সচিবৰ সৈতে ফেব্ৰুৱাৰীৰ আগভাগত এখন সভা অনুষ্ঠিত কৰি বিষয়টো আলোচনা কৰা হয়। তাৰ পাছত ২০২৪ চনৰ পেৰেডৰ বাবে কৰা পৰিকল্পনা […]