নিউজ ডেস্কঃ গণৰাজ্য দিৱসৰ দিনাই অৱসৰ ল’লে বিৰাটে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গণৰাজ্য দিৱসৰ পেৰেডৰ পিছতে অৱসৰ লোৱা বিৰাটক বিদায় সম্ভাষণ জনালে। ২১টা বছৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিৰ সেৱাত নিয়োজিত হৈ আছিল বিৰাট। ১৩ বাৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশ লৈছিল বিৰাটে। লগতে পঢ়কঃSocial Media Trending!হিমশীতল কোলাত গণতন্ত্ৰ দিৱস উদযাপন […]