Posted inঅসম

গুজৰাটৰ পৰা উদ্ধাৰ অসমৰ ৮ গৰাকী যুৱক-যুৱতী

গুৱাহাটীঃ গুজৰাটৰ পৰা উদ্ধাৰ অসমৰ ৮ গৰাকী যুৱক-যুৱতী ৷ কাম দিয়াৰ প্ৰলোভনেৰে দৰংগা কালিপুৰৰ পৰা লৈ যোৱা হৈছিল গুজৰাটলৈ ৷ এই সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰিছিল ৷ আৰক্ষীয়ে অনুসন্ধান কৰি ৰঙিয়া ২৪ এছএছবি বেটেলিয়নৰ সহযোগত গুজৰাটৰ পৰা উদ্ধাৰ কৰে যুৱক-যুৱতী কেইগৰাকীক ৷ মঙলবাৰে কামাখ্যা গান্ধীধাম এক্সপ্ৰেছৰ জৰিয়তে যুৱক-যুৱতী কেইগৰাকীক লৈ অনা হয় কামাখ্যা ষ্টেচনলৈ […]