নিউজ ডেস্ক: মহানগৰীৰ বেলতলাত বাঘৰ বিচৰণ। সোমবাৰে মহানগৰীৰ বেলতলাত এটি বাঘক বিচৰণ কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় বাসিন্দাই। মুহুৰ্ততে হুৱা-দুৱাৰ সৃষ্টি হয় প্ৰত্যক্ষদৰ্শীৰ মাজত। বেলতলাৰ সৌৰভ নগৰৰ এঘৰ মানুহৰ চোতালত বিচৰণ কৰি আছিল বাঘটোৱে। পাছত বন বিভাগৰ লোকক খৱৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় বিন বিভাগ তথা চিৰিয়াখানাৰ লোক। বন বিভাগৰ লোকে বাঘটো লতামেকুৰী বুলি […]
Tag: Rescue
Posted inঅসম