নিউজ ডেস্ক : পুলিৎজাৰ বঁটা প্ৰাপ্ত ভাৰতীয় ফটো সাংবাদিক ডানিশ চিদ্দিকি আফগানিস্তানৰ কান্দাহাৰত নিহত হৈছে। ডানিশ চিদ্দিকি আন্তৰ্জাতিক সংবাদ সংস্থা ৰয়টাৰ্ছৰ মুখ্য ফটো সাংবাদিক আছিল। কান্দাহাৰৰ স্পিন বল্ডাক জিলাত আফগান সৈন্য আৰু তালিবানৰ মাজত চলি থকা সংঘৰ্ষত তেওঁৰ মৃত্যু হয়। ভাৰতত থকা আফগানিস্তানৰ ৰাষ্ট্ৰদূত ফৰদি মামুন্দজায়ে শুকুৰবাৰে এই কথা নিশ্চিত কৰে। বৃহস্পতিবাৰে নিশা স্পিন […]