Posted inঅসম

মাজুলীত গঁড়ৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত এজন লোক

মাজুলীঃ মাজুলীত গঁড়ৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত এজন লোক। আহত লোকজন মাজুলী চামগুৰিৰ মদন দাস(৫২) বুলি জানিব পৰা গৈছে। ভৰিত, পিঠিত গুৰুতৰ ভাৱে আঘাত পাইছে লোকজনে। লগতে পঢ়কঃডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব অধ্যাপক ড০ জীতেন হাজৰিকাক আহত লোকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। মদন দাসে পুৱা বিললৈ জাল চাবৰ বাবে যাওঁতে সংঘটিত হয় এই ঘটনা। […]