Posted inঅসম

মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃত্যু

নিউজ ডেস্কঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এজনী গঁড়ৰ মৃত্যু। বাঁহবাৰী ৰেঞ্জৰ কাহিবাৰী বনাঞ্চলত উদ্ধাৰ হয় গঁড়ৰ মৃতদেহটো। নিশা দুটা গঁড়ৰ মাজত হোৱা যুঁজত গঁড়জনীৰ মৃত্যু হোৱা বুলি উদ্যান কৰ্তৃপক্ষই জনাইছে। ১৪ এপ্ৰিলত পবিতৰাৰ পৰা নিয়া হৈছিল গঁড়জনী। গঁড়জনীৰ মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বন বিভাগে। আৰু পঢ়কঃনগাঁৱত আহিয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ