Posted inঅসম

বোকাখাতত গঁড়ৰ খড়্গসহ দুজন লোকক আটক

বোকাখাত, উত্তম কুমাৰ শৰ্মা: মঙলবাৰে বোকাখাত আৰক্ষীয়ে গঁড়ৰ খড়্গসহ দুজন লোকক আটক কৰে। প্ৰাপ্ত তথ্য মতে গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে বোকাখাতৰ ম’হমাইকী গাঁৱৰ ভক্ত বাহাদুৰ থাপা নামৰ লোকজনৰ বাসগৃহত অভিযান চলাই গঁড়ৰ খড়্গটো জব্দ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা খড়্গটোৰ ওজন ২.৩৫২ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে। আনহাতে ধৃত ভক্ত বাহাদুৰ থাপাৰ স্বীকাৰোক্তিৰ ভিত্তিত বোকাখাত […]