Posted inঅসম

কাৰ্বি আংলং জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত অস্ত্ৰ-শস্ত্ৰসহ তিনি চোৰাং চিকাৰী আটক

নিউজ ডেস্কঃ কাৰ্বি আংলং জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত আটক তিনি চোৰাং চিকাৰী। অসম আৰক্ষীয়ে দেওবাৰে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় চোৰাংচিকাৰী কেইটাক। চিকাৰী কেইটা দীৰ্ঘ দিনৰ পৰা গঁড় হত্যাৰ লগত জড়িত হৈ আছে। চোৰাং চিকাৰী তিনিজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰৰ বাবে গৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে চোৰাং চিকাৰী কেইটাৰ পৰা দুটা […]