Posted inঅসম

কেৰালাত গ্ৰেপ্তাৰ অসমৰ কুখ্যাত গঁড় চিকাৰী

নিউজ ডেস্কঃ অৱশেষত আৰক্ষীৰ জালত পৰিল অসমৰ দুধৰ্ষ গঁড় চিকাৰী। ধৃত গঁড় চিকাৰীটোৰ নাম আচমত আলী ওৰফে নালকো। কেৰালাত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আচমতক। আচমত আলীৰ ঘৰ চতিয়াৰ মিলনপুৰৰ ১নং আদাভেটীত। কাজিৰঙাৰ শেহতীয়াকৈ গঁড় হত্যাৰ গোচৰৰ অভিযুক্ত আছিল ধৃত গঁড় চিকাৰীটো। কিছুদিন পূৰ্বে গঁড় চিকাৰীৰ সন্ধান দিওঁতালৈ অসম আৰক্ষীয়ে ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। […]