Posted inNews

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে চাউলৰ দাম

নিউজ ডেস্ক- ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে চাউলৰ দাম। থলুৱা প্ৰজাতিৰ সকলো চাউলৰ মূল্য ঊর্ধ্বগামী হৈছে। পাইকাৰী ব্যৱসায়ীসকলে সপ্তাহৰ প্ৰতিটো দিনেই চাউলৰ দাম বৃদ্ধি কৰিছে। জানিব পৰা মতে, পূৰ্বতে যি চাউল প্ৰত্যেক কেজিত ৩০/৩৫ টকাত বিক্ৰী হৈ আছিল, বৰ্তমান সেই চাউল খুচুৰা ব্যৱসায়ীসকলে ৪০ টকাত বিক্ৰী কৰিবলৈ বাধ্য হৈছে। চাউলৰ মূল্য প্রতিকিল’গ্ৰামত ৫ টকাৰ পৰা ১০ […]