Posted inঅসম

অসম আৰক্ষীৰ ৰাইড অফ প্ৰাইড মটৰ চাইকেল দলক নিশা তেজপুৰত আদৰণি

তেজপুৰঃ আৰক্ষী বিষয়া আনন্দ মিশ্ৰ ডাঙৰীয়াৰ নেতৃত্বত অসম আৰক্ষীৰ ৰাইড অফ প্ৰাইড মটৰচাইকেল দলক মঙলবাৰে নিশা তেজপুৰত আদৰণি জনোৱা হয়৷ ৰাষ্ট্ৰপতিৰ পৰা অসম আৰক্ষীয়ে President Colour সন্মান পোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ ২৭খন জিলাৰ ২০৫৫কিলোমিটাৰ দূৰত্ব অতিক্ৰমৰ লক্ষ্যৰে ৩০এপ্ৰিলৰ দিনা ধুবুৰীৰ পৰা যাত্ৰা আৰম্ভ কৰা অসম আৰক্ষীৰ ‘ৰাইড অফ প্ৰাইড’ মটৰচাইকেল ৰেলীক শোণিতপুৰজিলাত নিশা উষ্ম আদৰণি জনোৱা […]