Posted inঅসম

ধেমাজিত অসম আৰক্ষীৰ ‘Ride of Pride’ দলক উষ্ম আদৰণি

ধেমাজিঃ অসম আৰক্ষীৰ ‘Ride of Pride’ বাইক ৰেলি কৰি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ দল আহি উপস্থিত হ’ল ধেমাজি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত। যোৱা ৩০ এপ্ৰিল তাৰিখে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ধুবুৰীৰ পৰা শুভাৰম্ভণি কৰা ‘Ride of Pride’ বাইক ৰেলিৰ কৰি বুধবাৰে সন্ধিয়া IPS আনন্দ মিশ্ৰাৰ নেতৃত্বত অহা অসম আৰক্ষীৰ গৌৰৱ যাত্ৰা দলটো ধেমাজি আৰক্ষী […]