অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথমটো দিনত বিধানসভাৰ চৌহদত মাক ৰিনিকি ভূঞা শৰ্মাৰ সৈতে উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাই ব্যক্ত কৰে মনৰ অনুভৱ। পিতৃয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাত আনন্দ প্ৰকাশ কৰে নন্দিলে। সাংবাদিকৰ প্ৰশ্নত নন্দিল বিশ্ব শৰ্মাই কয় — “স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ প্ৰতি যদি গুৰুত্ব দিয়ে তেতিয়া মোৰ ভাল লাগিব। […]