Posted inঅসম

অসমত চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই চলাইছে নে আলফাই চলাইছে:ৰিপুন বৰা

লখিমপুৰ,পল্লৱ মিলিঃ ‘বৰ্তমান অসমত যি বিজেপি চৰকাৰ আছে সেইয়া আচল বিজেপি নহয়,ভেজাল বিজেপি। আচল বিজেপিক আজি দেখাওক।ৰাজেন গোঁহাইক বা ৰমেন ডেকাক মন্ত্ৰী পাতি দেখাওক। যিসকল মূল বিজেপি সেইসকল নাপাত্তা হৈ গ’ল। বিজেপি কেৱল শ্ল’গানৰহে বিশেষজ্ঞ। ‘ দেওবাৰে  লখিমপুৰ জিলাৰ বগলীজান গাঁৱত অনুষ্ঠিত হোৱা অসম তৃণমূল কংগ্ৰেছৰ দ্বিতীয়টো যোগদান কাৰ্য্যসূচীত উপস্থিত হৈ ৰিপুন বৰাই বিজেপিৰ বিৰুদ্ধে […]