নিউজ ডেস্ক: ৰাজ্যসভাৰ আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দলটোৱে অসমৰ পৰা জ্যেষ্ঠ নেতা ৰিপুন বৰাৰ নাম ৰাজ্যসভাৰ প্ৰাৰ্থী ৰূপে ঘোষণা কৰিছে। শুকুৰবাৰে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে অসমৰ ৰিপুন বৰা আৰু কেৰেলাৰ জেবি মাথেৰৰ নাম ৰাজ্যসভাৰ প্ৰাৰ্থী ৰূপে সন্মতি প্ৰকাশ কৰে বুলি দলটোৱে এক বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে। উল্লেখযোগ্য যে অহা […]