নিউজ ডেস্কঃ ক্ৰমাত এতিয়া সুস্থ হৈ উঠিছে ক্ৰিকেটাৰ ঋষভ পণ্ট। পণ্টে শুক্ৰবাৰে নিজেই ফেচবুক যোগে পোষ্ট কৰি এই খবৰ অনুৰাগীসকলক জনাই। ক্ৰাচ্চৰ লৈ খোজকাঢ়ি থকা অৱস্থাত ফেচবুক পোষ্ট যোগে দুখন ফটো শ্বেয়াৰ কৰা দেখা গ’ল ক্ৰিকেটাৰ গৰাকীক। তাৰপিছত এনেদৰে লিখে যে, “One step forward, One step stronger, One step better”। পণ্ট যদিও বৰ্তমান লাহে লাহে […]
Tag: Rishabh Pant
Posted inমুখ্যপৃষ্ঠা