Posted inৰাজনীতি

৮ম বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নীতিশ কুমাৰে, লালু তনয় উপ-মুখ্যমন্ত্ৰী

নিউজ ডেস্কঃ বিহাৰত বিজেপি-জেডিইউ চৰকাৰৰ পতন ঘটিল। মঙলবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে জনতা দল(ইউনাইটেড)যে NDAৰ লগত থকা মিত্ৰতা ভংগ কৰি পদত্যাগ কৰে। নীতিশে কুমাৰে আজি অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে বিয়লি চাৰি বজাত শপত গ্ৰহণ কৰিব। আৰজেডিৰ তেজস্বী যাদৱ হ’ব উপ মুখ্যমন্ত্ৰী। কিন্তু এই পৰিকল্পনা নতুন নহয়। কিছুদিনৰ পূৰ্বেই বিহাৰত পুনৰ নীতিশ-তেজস্বী চৰকাৰ গঠন হোৱাৰ […]