Posted inঅসম

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ ৰশ্মিন চায়া

ন্যায়াধীশ ৰশ্মিন মনোহৰভাই চায়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে৷