Posted inমুখ্যপৃষ্ঠা

অৰুণাচলপ্ৰদেশত ছেলা সুৰংগৰ কাষতে নিৰ্মাণ হ’ব আন এক সুৰংগ, ৰাখিব মিছাইল-অস্ত্ৰ

ভাৰত-চীন সীমান্তত সময়ে সময়ে সংঘৰ্ষ সৃষ্টি কৰাৰ লগতে মিলিটাৰী কেম্প, গাওঁ আদি নিৰ্মাণ কৰি আহিছে চীনে। যাৰ ফলত ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে চুবুৰীয়া ৰাষ্ট্ৰখনে। ইয়াৰ প্ৰতি দৃষ্টি ৰাখিয়েই ভাৰত চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।  উত্তৰ-পূৰ্বাঞ্চল আৰু চীনৰ সীমান্তৱৰ্তী এলেকাত ভাৰত চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা ছেলা সুৰংগৰ কাষতে মিছাইল ৰখাৰো ব্যৱস্থা কৰাৰ চিন্তা-চৰ্চা […]