Posted inদেশ-বিদেশ

কেটৰিনা কাইফৰ গালৰ দৰে হ’ব লাগে বাট পথ; কোন মন্ত্ৰীয়ে কৰিলে এই মন্তব্য?

নিউজ ডেস্ক : বাট পথসমূহক অভিনেত্ৰীৰ গালৰ সৈতে তুলনা কৰি ৰাজস্থানৰ এগৰাকী মন্ত্ৰীয়ে কৰা এক মন্তব্য এতিয়া ভাইৰেল হৈ পৰিছে। ৰাজস্থানৰ এগৰাকী নৱ নিযুক্ত মন্ত্ৰী ৰাজেন্দ্ৰ সিং গুদ্ধাই এখন সভাত তেওঁ সমষ্টিৰ ৰাস্তা বিলাক অভিনেত্ৰী কেটৰিনা কাইফৰ গালৰ দৰে হ’ব লাগে বুলি মন্তব্য কৰে। মঙলবাৰে ৰাজস্থানৰ ঝুনঝুনু জিলাৰ এখন গাঁৱত অনুষ্ঠিত এখন চৰকাৰী সভাত ৰাজ্যখনৰ […]