কমাৰগাঁও, চন্দন বৰাঃ দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পাছতো বোকাখাত বিধানসভা সমষ্টিৰ কমাৰগাঁও সমীপৰ মহুৰামুখ বংকোৱালত শাওনৰ বোকাময় পথাৰলৈ পৰ্যৱেশিত হোৱা এটা পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ৰাইজক। শনিবাৰে পুৱা জৰাজীৰ্ণ পথটোৰে এজন ৰোগীক ঠেলাত উঠাই চিকিৎসাৰ বাবে নিয়াৰ দৃশ্যই সামাজিক মাধ্যমত বিশেষ চৰ্চা চলিছে। এই দৃশ্যই বোকাখাত সমষ্টিৰ উন্নয়নৰ প্ৰকৃত ছবিখনকে উদঙাই দিছে। লগতে […]
Tag: Road
Posted inঅসম