Posted inNews

শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনাত ৩০ জনৰ অধিক আহত

শিৱসাগৰ: শুকুৰবাৰে নিশা শিৱসগাৰৰ দিচাং দলংৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং মাজগাঁৱত BR06 – GD – 4336 নম্বৰৰ এখন ১৪ চকীয়া তামোল ভৰ্তি ট্ৰাক আৰু AS25 -CC – 1733 নম্বৰৰ যাত্ৰীবাহী নাইট চুপাৰৰ মাজত সংঘটিত হয় উক্ত সঘর্ষ। জানিব পৰা মতে দুৰ্ঘটনাৰ ফলত নাইট চুপাৰখনৰ ৩০ জনৰ অধিক […]