নিউজ ডেস্কঃ হিমাচলৰ কুলুত ভয়ংকৰ পথ দুৰ্ঘটনা। দ খাৱৈত বাগৰিল স্কুল বাছ। দুৰ্ঘটনাত থিতাতে নিহত প্ৰায় ১০জনৰো অধিক। আনহাতে গুৰুতৰভাৱে আহত সকলক হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে। কুল্লুৰ উপায়ুক্ত আশুতোষ গাৰ্গে কয় যে বাছখন সোমবাৰে ৰাতিপুৱা প্ৰায় ৮.৩০ বজাত কুলুৰ জংলা গাঁৱত দুৰ্ঘটনাত পতিত হৈছিল। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰীৰ দল উপস্থিত হৈ আহতসকলক উদ্ধাৰ […]
Tag: RoadAccident
Posted inঅসম