নিউজ ডেস্কঃ বাৰ্চিলোনাৰ জনপ্ৰিয় ফুটবলাৰ Robert Lewandowskiৰ মূল্যৱান ঘড়ীটো চুৰি হৈছে। লেভানডস্কিৰ ঘড়ীটোৰ মূল্য আছিল ৭০,০০০ ইউৰো। খেলুৱৈগৰাকী বাৰ্চিলোনাৰ ciutat esportiva ক্লাব খেলপথাৰত অনুশীলন কৰি ওলাই অহাৰ সময়তে ঘটনাটো সংঘটিত হৈছিল। খেলুৱৈগৰাকীয়ে অনুশীলনৰ সময়ত তেওঁৰ ঘড়ীটো গাড়ী খুলি থৈছিল। অনুশীলন শেষ কৰি ওলাই অহাৰ সময়ত অনুৰাগীসকলে তেওঁৰ অট’গ্ৰাফ বিচাৰি, ছেল্ফী ল’বলৈ হেতাওপৰা লগাইছিল। অনুৰাগীসকলক অভিবাদন […]