Posted inঅসম

নগাঁও কন্দলীৰ চাহ বাগিচা অঞ্চলৰ কোভিড ৰোগীৰ কাষত কংগ্ৰেছৰ তিনি বিধায়ক

কামপুৰঃৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চাহ বাগিচা অঞ্চলতো উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। শনিবাৰে কন্দলী কোভিড হস্পিতালৰ ৰোগী সকলৰ লগতে বাগিচাৰ কোভিড আক্ৰান্ত লোকসকলৰ লগতে কাষত উপস্থিত হয় কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, বিধায়ক শশীকান্ত দাসৰ লগতে সুৰেশ বৰা । উপস্থিত হৈ তেওঁলোকে আক্ৰান্ত লোকসকলৰ মাজক মাক্স-চেনিটাইজাৰ, ঔষধ বিতৰণ কৰে ।  উল্লেখ্য […]