Posted inNews

২০ টাকৈ গৰুসহ দহচকীয়া ট্ৰাক জব্দ

ৰহা : ৰাজ্যত অব্যাহত আছে গৰুৰ সৰবৰাহ। পুনৰ জব্দ হৈছে অবৈধভাৱে সৰবৰাহ কৰা ২০ টাকৈ গৰু। ৰহাত ২০ টাকৈ গৰুসহ এখন দহচকীয়া ট্ৰাক জব্দ। গৰুৰ অবৈধ সৰবৰাহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ কঠোৰ হোৱাৰ পিছতো ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ। পুনৰ শনিবাৰে পুৱাৰ ভাগত অবৈধভাৱে সৰবৰাহ কৰা গৰু জব্দ হৈছে ৰহাত। ৰহা আৰক্ষীয়ে ৰহা টোলগেট কৰ্তৃপক্ষৰ […]